AmarAsom

শুল্ক অবিহনে বিদেশলৈ ৰপ্তানি হ’ব অসমৰ চাহ

ই: নিউজ – আমাৰ অসম ** বিভিন্ন কাৰ্যসূচী হাতত লৈ অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। গৃহমন্ত্ৰীগৰাকীয়ে আজি ডিব্ৰুগড়ক কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। লগতে বিশাল জনতাক সম্বোধন কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top