এয়াৰপ’ৰ্ট অথৰিটি অৱ ইণ্ডিয়াত ৯৭৬ খালী পদত নিয়োগ সুযোগ

চাকৰি সংবাদ

প্ৰতিষ্ঠানৰ নাম : এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়া (AAI)

পদৰ নাম : জুনিয়ৰ এক্সিকিউটিভ

মুঠ পদৰ সংখ্যা : ৯৭৬টা

বিভাগ অনুসৰি খালী পদ :

  • আর্কিটেক্সাৰ – ১১টা

  • চিভিল ইঞ্জিনীয়াৰিং – ১৯৯টা

  • ইলেক্ট্ৰিকেল – ২০৮টা

  • ইলেক্ট্ৰনিক্স – ৫২৭টা

  • ইনফৰমেচন টেকন’লজী – ৩১টা

দৰমহা : ₹৪০,০০০ – ₹১,৪০,০০০

অৰ্হতা :

  • আর্কিটেক্সাৰ – সংশ্লিষ্ট বিষয়ত স্নাতক ডিগ্ৰী আৰু Council of Architecture-ত নাম পঞ্জীয়নভুক্ত হ’ব লাগিব।

  • ইনফৰমেচন টেকন’লজী – ইঞ্জিনীয়াৰিং/টেকনিকেল, কম্পিউটাৰ ছায়েঞ্চ/কম্পিউটাৰ ইঞ্জিনীয়াৰিং/আইটি/ইলেক্ট্ৰনিক্সত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।

  • সকলো ক্ষেত্ৰতে GATE পৰীক্ষাত উত্তীৰ্ণ হোৱা বাঞ্ছনীয়।

বয়স সীমা :
২৭ ছেপ্টেম্বৰ, ২০২৫ তাৰিখৰ ভিত্তিত প্ৰাৰ্থীৰ বয়স সৰ্বাধিক ২৭ বছৰ।

বয়স ৰেহাই :

  • OBC/NCL – ৩ বছৰ

  • SC/ST – ৫ বছৰ

  • PwBD – ১০ বছৰ

আবেদন মাচুল :

  • সংৰক্ষণমুক্ত আৰু OBC – ₹৩০০

  • SC/ST/মহিলা/শিক্ষা নবিচ – কোনো মাচুল নাই

আবেদনৰ অন্তিম তাৰিখ : ২৭ ছেপ্টেম্বৰ, ২০২৫

Adveretiment Link

Check Also

আইবিপিএছত ১৩,২১৭টা নতুন চাকৰিৰ সুযোগ, অন্তিম তাৰিখ ২১ ছেপ্টেম্বৰ

ইনষ্টিটিউট অৱ বেংকিং পাছনেল ছিলেকচন (IBPS) এ বহুসংখ্যক খালী পদ পূৰণৰ বাবে আবেদন বিচাৰি বিজ্ঞপ্তি …

Leave a Reply

Your email address will not be published. Required fields are marked *

মুখ্যপৃষ্ঠা
খবৰ
যোগাযোগ
নিয়োগ বাৰ্তা