আইবিপিএছত ১৩,২১৭টা নতুন চাকৰিৰ সুযোগ, অন্তিম তাৰিখ ২১ ছেপ্টেম্বৰ

ইনষ্টিটিউট অৱ বেংকিং পাছনেল ছিলেকচন (IBPS) এ বহুসংখ্যক খালী পদ পূৰণৰ বাবে আবেদন বিচাৰি বিজ্ঞপ্তি প্ৰকাশ কৰিছে। মুঠ ১৩,২১৭টা পদ খালী হৈ আছে।

খালী পদৰ বিৱৰণ:

  • অফিচ এছিছটেন্ট (মাল্টিপাৰপজ) – ৭,৯৭২টা পদ

  • অফিচাৰ স্কেল-১ (এছিছটেন্ট মেনেজাৰ) – ৩,৯০৭টা পদ

  • অফিচাৰ স্কেল-২ (জেনেৰেল বেংকিং অফিচাৰ) – ৮৫৪টা পদ

  • অফিচাৰ স্কেল-২ (IT) – ৮৭টা পদ

  • অফিচাৰ স্কেল-২ (চার্টাৰ্ড একাউন্টেন্ট) – ৬৯টা পদ

  • অফিচাৰ স্কেল-২ (মাৰ্কেটিং) – ১৫টা পদ

  • অফিচাৰ স্কেল-২ (ট্ৰেজাৰী মেনেজাৰ) – ১৬টা পদ

  • অফিচাৰ স্কেল-২ (এগ্ৰিকালচাৰ) – ৫০টা পদ

  • অফিচাৰ স্কেল-৩ – ১৯৯টা পদ

অসমত উপলব্ধ পদসমূহ:

  • অফিচ এছিছটেন্ট – ১৬৭টা

  • অফিচাৰ স্কেল-১ – ১৮৫টা

  • অফিচাৰ স্কেল-২ – ৮টা

পৰীক্ষা কেন্দ্ৰসমূহ (অসমত): ডিব্ৰুগড়, যোৰহাট, শিলচৰ, তেজপুৰ

আবেদনৰ অন্তিম তাৰিখ: ২১ ছেপ্টেম্বৰ

আগ্ৰহী প্ৰাৰ্থীয়ে IBPS ৰ অফিসিয়েল ৱেবচাইটত গই অনলাইন আবেদন কৰিব পাৰিব। Click Here ->https://www.ibps.in/

Check Also

এয়াৰপ’ৰ্ট অথৰিটি অৱ ইণ্ডিয়াত ৯৭৬ খালী পদত নিয়োগ সুযোগ

চাকৰি সংবাদ প্ৰতিষ্ঠানৰ নাম : এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়া (AAI) পদৰ নাম : জুনিয়ৰ এক্সিকিউটিভ …

Leave a Reply

Your email address will not be published. Required fields are marked *

মুখ্যপৃষ্ঠা
খবৰ
যোগাযোগ
নিয়োগ বাৰ্তা