Breaking News

Recent Posts

বেংগালুৰু পদপিষ্টঃ নিহত পৰিয়ালৰ ক্ষতিপূৰণ বৃদ্ধি

বেংগালুৰুত IPL খিতাপ জয়ৰ আনন্দত পৰিপূর্ণ হৈ পৰিছিল চিন্নাস্বামী ষ্টেডিয়াম। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)-ৰ এই ঐতিহাসিক বিজয়ৰ উদযাপন উপলক্ষে আয়োজন কৰা হৈছিল এক বৃহৎ অনুষ্ঠান। কিন্তু আনন্দৰ এই মুহূৰ্ত মুহূৰ্তৰ ভিতৰতে পৰিণত হৈছিল এক ভয়াৱহ শোকাৱহ ঘটনাত। উদযাপন অনুষ্ঠানত উপস্থিত হোৱা বিপুল সংখ্যক অনুৰাগীৰ ভিৰত সংঘটিত হৈছিল পদপিষ্টৰ ভয়ংকৰ ঘটনা। …

Read More »

খাদ্য সামগ্ৰী আৰু কাপোৰত জি.এছ.টি ৰেহাই সম্ভাৱনা

দুৰ্গা পূজা ওচৰলৈ আহি পৰিছে। উৎসৱৰ বতৰত সাধাৰণমানুহে যাতে স্বস্তি পায়, তাৰে বাবে কেন্দ্ৰীয় চৰকাৰে এক নতুন জি.এছ.টি. ব্যৱস্থা কাৰ্যকৰী কৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে। সূত্ৰৰ মতে, পূজাৰ পূৰ্বেই এই ঘোষণা আসিব পাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্টত লালকিল্লাৰ পৰা স্বাধীনতা দিৱসৰ ভাষণত জি.এছ.টি.ৰ আমূল সংস্কাৰৰ ইঙ্গিত দিয়াৰ পিছতেই আলোচনা তীব্ৰ …

Read More »

প্ৰধানমন্ত্ৰী নহয়, ৰাষ্ট্ৰপতিলৈ জিনপিঙৰ গোপন চিঠি! তাৰ পিছতেই ভাৰত-চীন সম্পৰ্কত নতুন অধ্যায়…

বেইজিঙৰ পৰা অহা এটা গোপন চিঠিয়ে আচৰিত কৰিছিল ভাৰতীয় কূটনৈতিক মহল। চিঠিখন প্ৰধানমন্ত্ৰীৰ ঠিকনাত নহয়, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নামত আহিছিল। এই অদ্ভুত পদক্ষেপৰ আঁৰত কি গুপ্ত কাৰণ লুকাই আছে? সূত্ৰৰ মতে, ২০২০ চনৰ গালৱান সংঘৰ্ষৰ পাঁচ বছৰৰ পিছত ভাৰত-চীন সম্পৰ্কত পৰিৱৰ্তন আনিবলৈ এই চিঠিয়ে এক নতুন বাট মেলিছিল। আমেৰিকাৰ সংবাদ …

Read More »
মুখ্যপৃষ্ঠা
খবৰ
যোগাযোগ
নিয়োগ বাৰ্তা