AmarAsom

বেসুৰাকৈ ‘বাঁহী’ পৰিৱেশন কৰি বিপদত বংগৰ গায়িকা!

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গানৰ নতুন ৰূপ দিবলৈ গৈ ক্ষমা খুজি তৎ পোৱা নাই বংগ কন্যা মৰ্মিতা মিত্ৰই। এফালে শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে দাখিল কৰিছে এজাহাৰ। আনফালে ব’হগৰ বতৰত বাতিল হৈছে এখনৰ পিছত আন এখন বিহুৰ অনুষ্ঠান।
বেসুৰাকৈ ‘বাঁহী’ পৰিৱেশন কৰি মহাবিপদত পৰিছে বংগ কন্যা মৰ্মিতা মিত্ৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গানৰ নতুন ৰূপ দিবলৈ গৈ ক্ষমা খুজি তৎ পোৱা নাই বংগ কন্যা মৰ্মিতা মিত্ৰই। এফালে শদিয়াৰ পৰা ধুবুৰীলৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মৰ্মিতা মিত্ৰৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে দাখিল কৰিছে এজাহাৰ। আনফালে ব’হগৰ বতৰত বাতিল হৈছে এখনৰ পিছত আন এখন বিহুৰ অনুষ্ঠান।
মুঠতে প্ৰাণৰ শিল্পীগৰাকীৰ অমৰ সৃষ্টি বিকৃত কৰি বিপদ চপাই ল’লে মৰ্মিতা মিত্ৰই। এইবাৰ পাঞ্জাবাৰী যুৱ সমাজ ৰঙালী বিহু সন্মিলনৰ মৰ্মিতা মিত্ৰৰ অনুষ্ঠান বাতিল কৰিলে উদ্যোক্তা সমিতিয়ে। ২৭ এপ্ৰিল মৰ্মিতা মিত্ৰৰ অনুষ্ঠান আছিল পাঞ্জাবাৰী যুৱ সমাজ ৰঙালী বিহু সন্মিলনত।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top