চাকৰি সংবাদ
প্ৰতিষ্ঠানৰ নাম : এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়া (AAI)
পদৰ নাম : জুনিয়ৰ এক্সিকিউটিভ
মুঠ পদৰ সংখ্যা : ৯৭৬টা
বিভাগ অনুসৰি খালী পদ :
-
আর্কিটেক্সাৰ – ১১টা
-
চিভিল ইঞ্জিনীয়াৰিং – ১৯৯টা
-
ইলেক্ট্ৰিকেল – ২০৮টা
-
ইলেক্ট্ৰনিক্স – ৫২৭টা
-
ইনফৰমেচন টেকন’লজী – ৩১টা
দৰমহা : ₹৪০,০০০ – ₹১,৪০,০০০
অৰ্হতা :
-
আর্কিটেক্সাৰ – সংশ্লিষ্ট বিষয়ত স্নাতক ডিগ্ৰী আৰু Council of Architecture-ত নাম পঞ্জীয়নভুক্ত হ’ব লাগিব।
-
ইনফৰমেচন টেকন’লজী – ইঞ্জিনীয়াৰিং/টেকনিকেল, কম্পিউটাৰ ছায়েঞ্চ/কম্পিউটাৰ ইঞ্জিনীয়াৰিং/আইটি/ইলেক্ট্ৰনিক্সত স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব।
-
সকলো ক্ষেত্ৰতে GATE পৰীক্ষাত উত্তীৰ্ণ হোৱা বাঞ্ছনীয়।
বয়স সীমা :
২৭ ছেপ্টেম্বৰ, ২০২৫ তাৰিখৰ ভিত্তিত প্ৰাৰ্থীৰ বয়স সৰ্বাধিক ২৭ বছৰ।
বয়স ৰেহাই :
-
OBC/NCL – ৩ বছৰ
-
SC/ST – ৫ বছৰ
-
PwBD – ১০ বছৰ
আবেদন মাচুল :
-
সংৰক্ষণমুক্ত আৰু OBC – ₹৩০০
-
SC/ST/মহিলা/শিক্ষা নবিচ – কোনো মাচুল নাই
আবেদনৰ অন্তিম তাৰিখ : ২৭ ছেপ্টেম্বৰ, ২০২৫
AmarAsom Assam Number One Assamese News Channel