ইনষ্টিটিউট অৱ বেংকিং পাছনেল ছিলেকচন (IBPS) এ বহুসংখ্যক খালী পদ পূৰণৰ বাবে আবেদন বিচাৰি বিজ্ঞপ্তি প্ৰকাশ কৰিছে। মুঠ ১৩,২১৭টা পদ খালী হৈ আছে।
খালী পদৰ বিৱৰণ:
-
অফিচ এছিছটেন্ট (মাল্টিপাৰপজ) – ৭,৯৭২টা পদ
-
অফিচাৰ স্কেল-১ (এছিছটেন্ট মেনেজাৰ) – ৩,৯০৭টা পদ
-
অফিচাৰ স্কেল-২ (জেনেৰেল বেংকিং অফিচাৰ) – ৮৫৪টা পদ
-
অফিচাৰ স্কেল-২ (IT) – ৮৭টা পদ
-
অফিচাৰ স্কেল-২ (চার্টাৰ্ড একাউন্টেন্ট) – ৬৯টা পদ
-
অফিচাৰ স্কেল-২ (মাৰ্কেটিং) – ১৫টা পদ
-
অফিচাৰ স্কেল-২ (ট্ৰেজাৰী মেনেজাৰ) – ১৬টা পদ
-
অফিচাৰ স্কেল-২ (এগ্ৰিকালচাৰ) – ৫০টা পদ
-
অফিচাৰ স্কেল-৩ – ১৯৯টা পদ
অসমত উপলব্ধ পদসমূহ:
-
অফিচ এছিছটেন্ট – ১৬৭টা
-
অফিচাৰ স্কেল-১ – ১৮৫টা
-
অফিচাৰ স্কেল-২ – ৮টা
পৰীক্ষা কেন্দ্ৰসমূহ (অসমত): ডিব্ৰুগড়, যোৰহাট, শিলচৰ, তেজপুৰ
আবেদনৰ অন্তিম তাৰিখ: ২১ ছেপ্টেম্বৰ
আগ্ৰহী প্ৰাৰ্থীয়ে IBPS ৰ অফিসিয়েল ৱেবচাইটত গই অনলাইন আবেদন কৰিব পাৰিব। Click Here ->https://www.ibps.in/
AmarAsom Assam Number One Assamese News Channel
